mirror of
https://github.com/EbookFoundation/free-programming-books.git
synced 2026-05-13 16:36:55 +00:00
docs: add Assamese translation for HOWTO.md
This commit is contained in:
parent
798eb321f4
commit
0f212ff7a3
1 changed files with 34 additions and 0 deletions
34
docs/HOWTO-as.md
Normal file
34
docs/HOWTO-as.md
Normal file
|
|
@ -0,0 +1,34 @@
|
|||
# এক দৃষ্টিত কেনেকৈ
|
||||
|
||||
<div align="right" markdown="1">
|
||||
|
||||
*[ইয়াক আন ভাষাত পঢ়ক](README.md#translations)*
|
||||
|
||||
</div>
|
||||
|
||||
**`Free-Programming-Books` লৈ স্বাগতম!**
|
||||
|
||||
আমি নতুন অৱদানকাৰীসকলক স্বাগতম জনাওঁ; আনকি সেইসকলকো যিসকলে GitHub ত তেওঁলোকৰ একেবাৰে প্ৰথম Pull Request (PR) কৰি আছে। যদি আপুনি তেওঁলোকৰ মাজৰ এজন, তেন্তে ইয়াত কেইটামান সম্পদ আছে যি সহায়ক হ'ব পাৰে:
|
||||
|
||||
* [Pull request সমূহৰ বিষয়ে](https://docs.github.com/en/pull-requests/collaborating-with-pull-requests/proposing-changes-to-your-work-with-pull-requests/about-pull-requests)
|
||||
* [এটা pull request সৃষ্টি কৰা](https://docs.github.com/en/pull-requests/collaborating-with-pull-requests/proposing-changes-to-your-work-with-pull-requests/creating-a-pull-request)
|
||||
* [GitHub Hello World](https://docs.github.com/en/get-started/quickstart/hello-world)
|
||||
* [YouTube - নবীনসকলৰ বাবে GitHub টিউটৰিয়েল](https://www.youtube.com/watch?v=0fKg7e37bQE)
|
||||
* [YouTube - এটা GitHub ৰেপো কেনেকৈ Fork কৰিব আৰু Pull Request দাখিল কৰিব](https://www.youtube.com/watch?v=G1I3HF4YWEw)
|
||||
* [YouTube - Markdown ক্ৰেছ কোৰ্চ](https://www.youtube.com/watch?v=HUBNt18RFbo)
|
||||
|
||||
|
||||
প্ৰশ্ন সুধিবলৈ দ্বিধাবোধ নকৰিব; প্ৰতিজন অৱদানকাৰী প্ৰথম PR ৰে আৰম্ভ কৰিছিল। গতিকে... কিয় আমাৰ [বৃহৎ, ক্ৰমবৰ্ধমান](https://www.apiseven.com/en/contributor-graph?chart=contributorOverTime&repo=ebookfoundation/free-programming-books) সম্প্ৰদায়ত যোগদান নকৰে।
|
||||
|
||||
<details align="center" markdown="1">
|
||||
<summary>ব্যৱহাৰকাৰী বনাম সময়ৰ গ্ৰাফ চাবলৈ ক্লিক কৰক।</summary>
|
||||
|
||||
[](https://www.apiseven.com/en/contributor-graph?chart=contributorOverTime&repo=ebookfoundation/free-programming-books)
|
||||
|
||||
[](https://www.apiseven.com/en/contributor-graph?chart=contributorMonthlyActivity&repo=ebookfoundation/free-programming-books)
|
||||
|
||||
</details>
|
||||
|
||||
আনকি যদি আপুনি এজন অভিজ্ঞ মুক্ত উৎস অৱদানকাৰী, তথাপিও কিছুমান কথা আছে যিয়ে আপোনাক বিভ্ৰান্ত কৰিব পাৰে। আপুনি আপোনাৰ PR দাখিল কৰাৰ পিছত, ***GitHub Actions* এ এটা *linter* চলাব, প্ৰায়ে spacing বা alphabetization ৰ সাৰু সমস্যা বিচাৰি পায়**। যদি আপুনি এটা সেউজীয়া বুটাম পায়, সকলো পৰ্যালোচনাৰ বাবে সাজু; কিন্তু যদি নহয়, বিফল হোৱা check ৰ তলত "Details" ত ক্লিক কৰি জানি লওক linter টোৱে কি ভাল পোৱা নাই, আৰু সমস্যাটো সমাধান কৰি আপোনাৰ PR খোলা শাখাত নতুন commit এটা যোগ কৰক।
|
||||
|
||||
অৱশেষত, যদি আপুনি নিশ্চিত নহয় যে আপুনি যোগ কৰিব বিচৰা সম্পদটো `Free-Programming-Books` ৰ বাবে উপযুক্ত হয়, [CONTRIBUTING](CONTRIBUTING.md) *([অনুবাদসমূহো](README.md#translations) উপলব্ধ)* ত থকা নিৰ্দেশনাসমূহ পঢ়ক।
|
||||
Loading…
Add table
Add a link
Reference in a new issue